ভাষিক পক্ষপাতিত্বভাষিক মানৱ অধিকাৰ

ভাষিক বৈষম্য (Assamese) [ Roman: bha.xik boi.xo.myo]
Contributed by: Partha P Sarmah on 2012-04-02
1. Language-Linguistics(Abstract Noun) having or making prejudiced judgments about another`s wealth, education, social status, character etc. based on choice and use of language by the other person(s). আন কাৰোবাৰ ভাষাৰ নিৰ্বাচন আৰু ব্যৱহাৰক ভিত্তি কৰি তেওঁ(লোক)ৰ স্বভাৱ, শিক্ষা, সামাজিক মৰ্যাদা, অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে আন কোনোবাই পোষণ কৰা পক্ষপাতমূলক, অপকাৰী বিচাৰ বা তেনেদৰে কৰা মন্তব্য৷